


•



অহা ২৩ মাৰ্চ২০২৬ তাৰিখে শিকলিচাপৰিস্থিত শ্ৰীশ্ৰী ধূঁৱাহাট বেলগুৰি থান মণিকাঞ্চন মিলন ক্ষেত্ৰত ” আঁহতগুৰি উৎসৱ” তৃতীয় দিনাৰ মুকলি সভাত এই বঁটা প্ৰদান কৰা হ’ব। এইবাৰৰ উৎসৱৰ প্ৰধান আকৰ্ষণ হ’ব ২৫ বছৰৰ পিছত মূল আঁহতগুৰিত পূৰ্ণাংগ ৰাসলীলা মঞ্চস্থ হ’ব। ইতিমধ্যে মাজুলীৰ সাহিত্যই দুগৰাকী প্ৰশিক্ষক শ্ৰীউপেন ভৰালী আৰু শ্ৰীপাপুল শইকীয়াৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।
Leave a Reply