চৰাইচোং উৎসৱ -২০২৫ ত
"সাহিত্য উৎসৱ"ৰ প্ৰকাশ হোৱা গ্ৰন্থসম্ভাৰ
১/ মাজুলীৰ সাহিত্য আৰু লেখক - সাহিত্যিক
সংকলন : কমল দত্ত, গোবিন কুমাৰ খাউণ্ড
২/ তৰুণ চন্দ্ৰ পামেগামৰ নাটক আৰু অন্যান্য লেখা
সম্পাদনা : কমল দত্ত, গোবিন কুমাৰ খাউণ্ড
৩/ শ্ৰীধৰ চন্দ্ৰ বৰুৱা ওজাৰ ৰচনাৱলী
সম্পাদনা : কমল দত্ত, গোবিন কুমাৰ খাউণ্ড
৪) আসাম বিলাসিনী: (মাজুলীৰ পৰা প্ৰকাশিত আসাম বিলাসিনী বিষয়ক গ্ৰন্থ )
সম্পাদনা : কমল দত্ত
৫) চৰাইচোং স্মৃতি গ্ৰন্থ
সম্পাদনা: দুলাল বৰুৱা,ভাস্কৰজ্যোতি কুটুম
৬) চৰাইচোং পাৰিপাৰ্শ্বিক কবিতা
সম্পাদনা: অনিৰ্বাণ দত্ত
৭) দ্যা ৱেটলেণ্ড অব মাজুলী ( কফিটেবুল বুক)
সম্পাদনা: শ্যামল শইকীয়া
৮) অসমৰ বিহুৰ ঐতিহ্য
লেখক : ধীৰেন্দ্ৰনাথ বৰা
৯/ওপজা ঠাই এৰি চাপৰি
লেখক : দুৰ্লভ চন্দ্ৰ বৰা
১০/ হৃদয়ৰ বৰ্ণবাক
সম্পাদনা : ভাস্কৰ জ্যোতি কুটুম
প্ৰকাশ : মাজুলীৰ সাহিত্য প্ৰকাশন
চৰাইচোং উৎসৱ -২০২৫
•

Leave a Reply